WhatsApp ত বা Chatত বাৰ্তালাপ কৰা সময়ত মানুহে প্ৰায় সংক্ষিপ্ত শব্দ (abbreviations) ব্যবহাৰ কৰে. এইবোৰ বিশিষ্টৰূপে ইংৰাজী শব্দ নহয়, কিন্তু, সোনকালে লিখিবলৈ মানুহে এইবোৰ শব্দ ব্যবহাৰ কৰে.
কেইটামান সংক্ষিপ্ত শব্দ আৰু তাৰ অৰ্থ:
1. LOL: Laugh Out Loud = ডাঙৰকে হাঁহি দিয়া
2. BRB: Be right back = মই এতিয়াই ঘূৰি আহিম
3. TTYL: Talk to you later = পিছত কথা পাতিম
4. BTW: by the way =প্ৰসংগক্ৰমে/ইয়াৰ উপৰিও ; Example: By the way, you were looking good today! (ইয়াৰ উপৰিও, আজি তোমাক ধুনীয়া লাগিছিল)
5. BFF: Best friend(s) forever = সকলোতকৈ ঘনিষ্ট বন্ধু/বান্ধৱী চিৰকালীন; Example: She is my BFF. (তাই মোৰ চিৰকালীন ঘনিষ্ট বন্ধু)
6. DM: Direct Message = চিধাই বাৰ্তা পঠিওৱা; Example: If you have something important, just DM me. Don't message anything publically. (যদি আপোনাৰ মোৰ লগত কিবা দৰকাৰী কাম থাকে তেনেহলে চিধা মোলৈ বাৰ্তা পঠিয়াব, সকলোৰ সমক্ষে নিলিখিব)
7. IDK: I don't know = মই নাজানো
8. IMHO: in my humble opinion = মোৰ মতে
9. ROFL: rolling on the floor laughing = হাঁহি হাঁহি মাটিত পৰা)
10. w/o: without
= অবিহনে; Example: I will be going to the mall w/o my friend. (মই মোৰ বন্ধুৰ অবিহনে মললৈ যাম)
11. XO: hugs and kisses = আলিঙ্গন আৰু চুম্বন; Example: I will see you later, XO! = মই পাছত তোমাক লগ পাম, আলিঙ্গন আৰু চুম্বন!
Doubts on this article